GOVERNMENT OF INDIA
Accessibility
Accessibility Tools
Color Adjustment
Text Size
Navigation Adjustment
Screen Reader iconScreen Reader

Viksit Bharat Young Leaders Dialogue 2027 Quiz (Assamese)

Start Date : 21 Aug 2026, 10:00 am
End Date : 30 Sep 2026, 11:45 pm
Closed
Quiz Banner
  • 20 Questions
  • 600 Seconds
Login with MyGov AUTH to Play Quiz

About Quiz

Ministry of Youth Affairs and Sports, MyBharat- MyGov- সহযোগতViksit Bharat Young Leaders Dialogue 2027 Quiz’ আয়োজন কৰিছে MyGov পৰ্টেলত উপলব্ধ এই কুইজটো Viksit Bharat Young Leaders Dialogue (VBYLD) 2027- জৰিয়তে দেশৰ ভৱিষ্যত গঢ়াত যুৱপ্ৰজন্মক সক্ৰিয়ভাৱে জড়িত কৰাৰ বাবে এক সৰ্বভাৰতীয় পদক্ষেপ এই কুইজৰ জৰিয়তে দেশৰ বিভিন্ন দিশ আৰুViksit Bharat’ দৃষ্টিভংগী সন্দৰ্ভত জ্ঞান পৰীক্ষা কৰা ইয়াৰ উদ্দেশ্য হৈছে যুৱপ্ৰজন্মৰ মাজত কৌতূহল জগাই তোলা, তথ্যভিত্তিক অংশগ্ৰহণ বৃদ্ধি কৰা আৰু প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অংশগ্ৰহণ নিশ্চিত কৰা বিজয়ীসকলে পৰৱৰ্তী পৰ্যায়লৈ (ৰচনা, প্ৰেজেন্টেশ্যন আদি) অগ্ৰসৰ বলৈ সুযোগ পাব, তেওঁলোকে নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিব পাৰিব, নেতৃত্ব প্ৰদৰ্শন কৰিব পাৰিব আৰু Viksit Bharat @2047- সপোন বাস্তৱায়িত কৰাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰিব

Terms and Conditions

  1. এই কুইজ সকলো ভাৰতীয় নাগৰিকৰ বাবে মুকলি
  2. কুইজত অংশগ্ৰহণ কৰিবলৈ কোনো মাচুল দিব নালাগে
  3. অংশগ্ৰহণকাৰীয়েPlay Quiz’ বুটামত ক্লিক কৰাৰ লগে লগে কুইজ আৰম্ভ
  4. কুইজত বহুপছন্দৰ (Multiple-choice) প্ৰশ্ন থাকিব; প্ৰতিটো প্ৰশ্নৰ ৪টা বিকল্প থাকিব আৰু তাৰে মাত্ৰ ১টা উত্তৰহে শুদ্ধ
  5. বিজয়ীৰ তালিকাত স্থান লাভ কৰিবলৈ অংশগ্ৰহণকাৰীৰ MyGov Profile সঠিক আৰু সম্পূৰ্ণ লাগিব
  6. প্ৰতিজন অংশগ্ৰহণকাৰীয়ে মাত্ৰ এবাৰহে কুইজত ভাগ পাৰিব এজন অংশগ্ৰহণকাৰীৰ একাধিক প্ৰৱেশ পোৱা লে তেওঁক অযোগ্য ঘোষণা কৰা
  7. স্বচ্ছতা আৰু নিৰপেক্ষতা নিশ্চিত কৰিবলৈ কম্পিউটাৰনিৰ্ধাৰিত স্বয়ংক্ৰিয় (Randomization) পদ্ধতিৰে বিজয়ী বাছনি কৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া যোগ্য প্ৰতিযোগীক এটা কেন্দ্ৰীয় পুলত অন্তৰ্ভুক্ত কৰা আৰু তাৰ পৰাই স্বয়ংক্ৰিয়ভাৱে বিজয়ী নিৰ্বাচন কৰা
  8. এই কুইজ MyGov- দ্বাৰা সঞ্চালিত আৰু https://quiz.mygov.in/ উপলব্ধ
  9. কম্পিউটাৰৰ ত্ৰুটি বা আয়োজকসকলৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কোনো কাৰণত হেৰাই যোৱা, পলম হোৱা, অসম্পূৰ্ণ বা দাখিল নোহোৱা প্ৰৱেশৰ বাবে আয়োজক কৰ্তৃপক্ষ দায়ী নহ
  10. প্ৰশ্নোত্তৰী দাখিল কৰাৰ প্ৰমাণ, সেয়া সফলভাৱে প্ৰাপ্ত হোৱাৰ চূড়ান্ত প্ৰমাণ হিচাপে গণ্য কৰা নহ
  11. কুইজত অংশগ্ৰহণৰ সময়ত কোনো ভুৱা বা অসৎ উপায় (যেনে আনৰ নামত অংশ লোৱা, একাধিকবাৰ অংশ লোৱা ইত্যাদি) ধৰা পৰিলে সেই প্ৰৱেশ বাতিল আৰু অবৈধ ঘোষণা কৰা
  12. আয়োজক কৰ্তৃপক্ষই এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ অধিকাৰ সংৰক্ষণ কৰে আয়োজকসকলৰ সিদ্ধান্তই চূড়ান্ত আৰু সৰ্বমান্য আৰু এই সন্দৰ্ভত কোনো যোগাযোগ গ্ৰহণ কৰা নহ
  13. কোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ লে আয়োজকে যিকোনো সময়তে এই কুইজ সংশোধন বা বন্ধ কৰাৰ সম্পূৰ্ণ অধিকাৰ ৰাখে ইয়াৰ ভিতৰত এই নিয়ম আৰু চৰ্তসমূহ সলনি কৰাৰ অধিকাৰো অন্তৰ্ভুক্ত
  14. অংশগ্ৰহণ কৰাৰ লগে লগে অংশগ্ৰহণকাৰীয়ে সকলো নিয়ম আৰু চৰ্ত মানি চলিবলৈ সন্মত হয়
  15. বিজয়ীসকলৰ নাম blog.mygov.in- ঘোষণা কৰা আৰু কাৰ্যসূচী সন্দৰ্ভত পৰৱৰ্তী বিৱৰণ আনুষ্ঠানিক যোগাযোগৰ জৰিয়তে বিজয়ীসকলক জনোৱা অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ লে, আয়োজকসকলে যিকোনো সময়তে প্ৰতিযোগিতাৰ নিয়ম আৰু চৰ্তসমূহ সংশোধন কৰাৰ বা প্ৰয়োজনবোধে প্ৰতিযোগিতাখন বাতিল কৰাৰ অধিকাৰ সংৰক্ষণ কৰে
  16. আয়োজক সংস্থাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত কৰ্মচাৰী আৰু তেওঁলোকৰ নিকট পৰিয়ালৰ সদস্যসকল এই কুইজত অংশগ্ৰহণৰ যোগ্য নহয়