GOVERNMENT OF INDIA

Assam GK

Start Date : 18 May 2019, 10:00 am
End Date : 8 Jun 2019, 6:00 pm
Closed
Quiz Closed

About Quiz

অসম জি কে (Assam GK)

বুৰঞ্জী, সাহিত্য, কলা সংস্কৃতি, ঐতিহ্য আদিকে ধৰি অসম সম্পৰ্কীয় বিভিন্ন তথ্যৰ প্ৰচাৰৰ উদ্দেশ্যে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে এই অনলাইন কুইজ প্ৰতিযোগিতাৰ। ‘অসম জি কে’ হৈছে ১৫ টা প্ৰশ্নৰে গঠিত এক প্ৰশ্নমালা যাৰ উত্তৰ সমূহ ৩ মিনিটৰ ভিতৰত দিয়াটো প্ৰয়োজন।

(MyGov Assam has taken this initiative of creating a platform for Quiz in order to generate more awareness on Assam and its rich history within the state and beyond. The Assam GK is a time based quiz where you have to answer 15 questions related to Assam within a maximum time of 3 minutes. The winners will be issued a certificate of appreciation.)

Terms and Conditions

নিয়মাৱলী(Terms and Conditions)

  1. ‘অসম জি কে’  জনতাৰ চৰকাৰ মাই গভ অসমৰ দ্বাৰা আয়োজিত এক কুইজ প্ৰতিযোগিতা। (The Assam GK is being organized by the MyGov Assam.)
  2. এই প্ৰতিযোগিতা ১৮ মে’ ২০১৯ তাৰিখৰ সন্ধ্যা ৬ বজাৰ পৰা ৮ জুন ২০১৯ নিশা বাৰ বজালৈ মুকলি থাকিব (The quiz shall open on 18th May 2019 at 1800 hrs and shall close at 0000 hrs on 08th June, 2019.)
  3. এই প্ৰতিযোগিতা মাই গভ অসম/ইণ্ডিয়াত পঞ্জীকৃত সদস্যৰ বাবেহে মুকলি থাকিব।(This quiz is open to all the registered users of MyGov Assam/India.)
  4. পৰৱৰ্তী সময়ত প্ৰতিযোগিতা সংক্ৰান্তীয় যোগাযোগৰ বাবে অংশগ্ৰহণকাৰীসকলে জনতাৰ চৰকাৰ মাই গভ অসম প্ৰফাইলত নিজৰ নাম ঠিকনা, ইমেইল যোগাযোগ নম্বৰ দিয়াটো প্ৰয়োজনীয়, ।(The participants are to update their name, email id, telephone number and postal address in the MyGov Assam profile. By submitting your contact details, you give consent to these details being used for the purposes of the quiz.)
  5. যোগদানৰ পাছত এই প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিব নোৱাৰিব।(Entry once submitted cannot be withdrawn.)
  6. প্ৰথম ১০ গৰাকী বিজয়ীক মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্বাক্ষৰিত একোখন প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব।(First 10 winners will be awarded with a Certificate of Appreciation signed by the Hon’ble CM, Assam.)
  7. যোগদানকাৰী সকলৰ কোনো ক্ষেত্ৰত কাৰিকৰী অসুবিধাৰ বাবে কুইজৰ উত্তৰ দিয়াত অসুবিধা অথবা পলম হ’লে তাৰ বাবে উদ্যোক্তা জগৰীয়া নহ’ব। (Organizers will not accept any responsibility for entries that are lost, late or incomplete or have not been transmitted due to computer error or any other error beyond the organizer’s reasonable control. Proof of submission of entry is not proof of receipt of the same.)
  8. নিৰ্ধাৰিত সময়ৰ ভিতৰত সৰ্বাধিক শুদ্ধ উত্তৰ দিয়াৰ দক্ষতাৰ ওপৰত বিজয়ী নিৰ্বাচন কৰা হ’ব। কেইবাগৰাকী প্ৰতিযোগীয়ে সকলো শুদ্ধ উত্তৰ দিলে,  উত্তৰ দিয়াৰ  সময়ৰ ওপৰত ভিত্তি কৰি বিজয়ী নিৰ্বাচন কৰা হ’ব।(The winners would be selected on the basis of maximum correct answers given within the stipulated time. In the event of multiple participants scoring full marks, the winner will be decided on the basis of time taken to complete the quiz.)
  9. যিকোনো সময়ত এই প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ কৰ্তৃত্ব মাই গভ অসমৰ থাকিব। (MyGov Assam reserves the right to amend or withdraw the quiz at any time. This includes the right to amend these terms and conditions.)
  10. প্ৰতিযোগিতাত যোগদান কৰাৰ আগতে প্ৰতিযোগীসকলে এই নিয়মাৱলী গ্ৰহণ কৰাটো বাধ্যতামূলক। (The entrant accepts these terms and conditions by entering this quiz.)
  11. উদ্যোক্তাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।(Organisers’ decision on the quiz shall be final and binding and no correspondence will be entered into regarding the same.)
  12. এই নিয়মাৱলী সমূহ ভাৰতীয় আইন ব্যৱস্থাৰ অধীনত প্ৰতিষ্ঠিত হ’ব।  (These terms and conditions shall be governed by the laws of the Indian judiciary.)